জাননী (স্নাতক ১ম আৰু ৫ম ষান্মাসিকৰ বাবে)

জাননী
(১১-১২-২০২২)

ইয়াৰ দ্বাৰা স্নাতক ১ম আৰু ৫ম ষান্মাসিকৰ পৰীক্ষাৰ্থীসকলক জনোৱা হয় যে, কাইলৈ অৰ্থাৎ ১২-১২-২০২২ তাৰিখৰ পৰা অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ মহাবিদ্যালয়ৰ ঐক্যপোছাক (Uniform) পিন্ধিহে পৰীক্ষাগৃহত প্ৰৱেশ কৰিব পাৰিব।


নিৰ্দেশমৰ্মে
অধ্যক্ষা
খাৰুপেটীয়া মহাবিদ্যালয়