
___জাননী___
ইয়াৰ দ্বাৰা স্নাতক ১ম আৰু ৫ম ষান্মাসিকৰ পৰীক্ষাৰ্থীসকলক জনোৱা হয় যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্দেশমৰ্মে যোৱা ১০-১২-২০২২ তাৰিখে ‘শ্বহীদ দিৱস’ উপলক্ষ্যে স্থগিত ৰখা পৰীক্ষাসমূহ ১৮-১২-২০২২ তাৰিখে (দেওবাৰে) পূৰ্ব নিৰ্দ্ধাৰিত পৰীক্ষাৰ সূচীত উল্লেখ থকা সময়মতে অনুষ্ঠিত হ’ব।
নিৰ্দেশমৰ্মে
অধ্যক্ষা
খাৰুপেটীয়া মহাবিদ্যালয়।