হৰ ঘৰ ত্ৰিৰংগা

জাননী
১০/০৮/২০২২

ইয়াৰ দ্বাৰা সমূহ শিক্ষক – শিক্ষয়ত্ৰী, ছাত্ৰ-ছাত্ৰী ও কৰ্মচাৰীক জনোৱা হয় যে, ভাৰতবৰ্ষ স্বাধীন হোৱা ৭৫ তম বৰ্ষপুৰ্তি উপলক্ষে খাৰুপেটীয়া মহাবিদ্যালয়ত ‘হৰ ঘৰ তিৰঙ্গা’ সন্দৰ্ভত এখনি সজাগতা সভা অহা ইং তাং ১১/০৮/২২, দিনৰ ১১.৩০ বজাত আয়োজন কৰা হৈছে।

উক্ত সভাখন সাফল্য মণ্ডিত কৰিবলৈ সকলোৰে সহায় সহযোগিতা ও উপস্থিতি কামনা কৰা হ’ল।

নিৰ্দেশ মৰ্মে
অধ্যক্ষা
খাৰুপেটীয়া মহাবিদ্যালয়,
খাৰুপেটীয়া