It is hereby informed of all concerned that as per the order of Deputy Commissioner, Darrang (District Disaster Management, Darrang) dated 19/06/2022 the college will remain closed for another three days from 20/06/2022 to 22/06/2022 due to incessant rainfall in the district.
It is further notified that all the remaining sessional examinations scheduled on 21/06/2022 & 222/06/2023 stand canceled till further notification.
ইয়াৰ দ্বাৰা জনোৱা হয় যে দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা ১৯/০৬/২০২২ তাৰিখৰ নির্দেশ মৰ্মে মহাবিদ্যালয় পুনৰায় তিনি দিনৰ বাবে অর্থাৎ ২০/০৬/২০২২ পৰা ২২/০৬/২০২২ তাৰিখলৈ বন্ধ থাকিব।
উল্লেখ থাকে যে, ২১/০৬/২০২২ আৰু ২২/০৬/২০২২ তাৰিখত অনুষ্ঠিত হ’বলগা sessional পৰীক্ষাসমূহ এই পৰিপ্ৰেক্ষিতত পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত বাতিল কৰা হৈছে।
Principal,
Kharupetia College
Kharupetia.